পক্ষধৰপক্ষপাত-দুষ্ট
পক্ষপাত (Assamese) [ Roman: po.khyo.pat]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-21
English: bias, favouritism, partiality, prejudice,
Assamese: পক্ষপাত, পক্ষপাত-দুষ্টতা, পক্ষপাতিতা, পক্ষপাতিত্ব, বিৰূপ ভাৱ, ভিনপৰ,
Bodo: फारसेलेमनाय,
Deori: বিন-চেৰেপিয়া
পক্ষপাত (Assamese) [ Roman: po.khyo.pat]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-21
1. (Verbal Noun) The quality or state of being partial; inclination to favor one party, or one side of a question, more than the other; undue bias of mind. কোনো এক পক্ষৰ ফলীয়া হোৱা কাৰ্য্য; পৰস্পৰ বিপৰীত স্বাৰ্থযুক্ত মানুহৰ এদল বা এজনক এৰি আন দল বা জনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন।
Assamese: পক্ষপাত, পক্ষপাত-দুষ্টতা, পক্ষপাতিতা, পক্ষপাতিত্ব, বিৰূপ ভাৱ, ভিনপৰ,
Bodo: फारसेलेमनाय,
Deori: বিন-চেৰেপিয়া