পদপ্ৰাৰ্থিনীপদবন্ধে

পদপ্ৰাৰ্থী (Assamese) [ Roman: po.do.par.thi]
fm: পদপ্ৰাৰ্থিনী
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-26
1. (Common Noun-Common &/or Masculine) a person who is selected by others as a contestant for an office, prize, honor, etc. কোনো কাৰ্য্যালয়, বিষয়, খিতাপ, আদিৰ বাবে অইন লোকৰ দ্বাৰা মনোনীত কৰা এজন ব্যক্তি।