প্ৰাৰ্থিত্বকেন্দ্ৰিকপ্ৰাৰ্থীকলৈ

প্ৰাৰ্থী (Assamese) [ Roman: prar.thi]
1. (Common Noun-Common &/or Masculine) a person who is selected by others as a contestant for an office, prize, honor, etc. কোনো কাৰ্য্যালয়, বিষয়, খিতাপ, আদিৰ বাবে অইন লোকৰ দ্বাৰা মনোনীত কৰা এজন ব্যক্তি।

Contributed by: Bikram M Baruah on 2015-11-16
2. (Common Noun-Common &/or Masculine) Person who applies for something, esp. a job যিজন ব্যক্তিয়ে কিহবাৰ বাবে আবেদন কৰে, বিশেষকৈ চাকৰিৰ বাবে

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-25
3. (Common Noun-Common) one who solicits something. যি আনক খোজে বা আনৰ পৰা কিবা বিচাৰে।