পুৰিয়াপুৰীষ

পুৰী (Assamese) [ Roman: pu.ri]
Contributed by: Biraj Kumar Kakati on 2008-04-28
1. (Abstract Noun) A center of population, commerce, and culture; a town of significant size and importance. জনসংখ্যা, বাণিজ্য আৰু সংস্কৃতিৰ এক কেন্দ্ৰ; যথেষ্ট ডাঙৰ আৰু গুৰুত্বপূৰ্ণ চহৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-09
2. Place(Proper Noun-Neuter) a pilgrimage site for the Hindus in Orissa, where the Jagannath temple is located হিন্দুসকলৰ এক তীৰ্থস্থান, উৰিষ্যাৰ এখন চহৰ, য’ত জগন্নাথ মন্দিৰ অৱস্থিত ৷