পেংপেংগুইন

পেং-লাখুটি (Assamese) [ Roman: peng-la.khu.ti]
Contributed by: Anjali Sonowal on 2009-07-02
1. (Material Noun-Neuter) a tool used as support while walking by an injured or physically challenged person. আঘাত-প্ৰাপ্ত অথবা শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকে খোজ কঢ়াৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা এক সঁজুলি।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) one of two poles, each with a support for the foot at some distance above the bottom end, enabling the wearer to walk with his or her feet above the ground দুটা খুটিৰ গুৰিৰপৰা কিছু ওপৰত বিন্ধা কৰি তাত একোটা শলা সুমাই তাত ভৰি দি উঠি খোজ কঢ়া যতন