প্ৰকৃতপক্ষেপ্ৰকৃতাৰ্থতে
প্ৰকৃতাৰ্থত (Assamese) [ Roman: pro.kri.tar.thot]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-16
English: actually, fact, forsooth, in fact, indeed, really, truly, truthfully,
Assamese: আচলতে, কাৰ্য্যতঃ, দৰাচলতে, দৰাচলে, প্ৰকৃততে, প্ৰকৃতপক্ষে, প্ৰকৃতাৰ্থত, প্ৰকৃতাৰ্থে, ফলতঃ, বস্তুতঃ, বস্তুতপক্ষে, বাস্তৱতে, বাস্তৱিকতে, বাস্তৱিকপক্ষে, যথাৰ্থতে, যথাৰ্থপক্ষে, যথাৰ্থভাৱে, সঁচা কথা ক’বলৈ হ’লে, সঁচাকৈ, সত্যে সত্যে, স্বৰূপতে, স্বৰূপাৰ্থত, স্বৰূপে,
Bodo: गमामायै, गमामायैनो, थारै, थारैनो, सैथोयै,
Mising: aro, aropagepe, arope,
Khasi: i khunlung, shisha,
Garo: bebe dake, kaket, kakete, kakket ong.e,
Nagamese: hochate, hosakoi,
Nepali: तथ्य, प्रकृतमा, वास्तवमा,
Deori: গাইচ্চাৰে
প্ৰকৃতাৰ্থত (Assamese) [ Roman: pro.kri.tar.thot]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-16
1. (Adverb) as done or happening in real. বাস্তৱত সংঘটিত হোৱা মতে।