প্ৰতিৰক্ষামূলকপ্ৰতিৰূপণ

প্ৰতিৰূপ (Assamese) [ Roman: pro.ti.rup]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-09
1. (Abstract Noun) image as seen in a mirror দাপোণত দেখা পোৱা ছবি

Contributed by: Swapnita Kakati on 2013-08-13
2. (Abstract Noun) a representation, generally in miniature, made from clay, wax or wood rather than the original materials, to show the construction or appearance of something. a person or thing regarded as a representative symbol or as worthy of veneration. কোনো বস্তুৰ গাঁথনি বা অবয়ৱ দৰ্শাবলৈ তৈয়াৰ কৰা সাইলাখ আকৃতিৰ কিন্তু সাধাৰণতে অতি সৰু আকাৰৰ বোকা-মাটি, মম্ বা কাঠেৰে নিৰ্মিত প্ৰতিনিধিত্বমূলক বস্তু।

Contributed by: Himasri Das on 2023-09-05
3. (Abstract Noun) it is a figure of speech in which a term for a part of something is used to refer to the whole or vice versa. ই এনেকুৱা এটা আলংকাৰিক বাক্য য`ত কিবা এটাৰ এটা অংশৰ বাবে এটা শব্দ সমগ্ৰতাক বুজাবলৈ ব্যৱহাৰ কৰা হয় বা বিপৰীতভাৱে৷