প্ৰলোভিত কৰ্প্ৰলয়

প্ৰলোম্ভ (Assamese) [ Roman: pro.lo`m.bho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) Excessive desire to acquire or possess more (especially more material wealth) than one needs or deserves. ইন্দ্ৰিয়ক সুখ দিয়া বস্তু পাবৰ বাবে হোৱা প্ৰবল ইচ্ছা; প্ৰয়োজনতকৈ অধিক বস্তুৰ বাবে হোৱা ইচ্ছা|

Contributed by: Biraj Kumar Kakati on 2012-09-09
2. (Proper Adj.) that triggers temptation, greed or desire দেখিলেই ভাল লগা বা পাবলৈ ইচ্ছা জগোৱা বস্তু ৷