लुबैथावलुबैयो

लुबैनाय (Bodo) [ Roman: lu.bwi.nai]
Contributed by: Karishma Boro on 2021-11-10
1. (Verb-Trans.) to long or crave for something that brings satisfaction or enjoyment সন্তুষ্টি দিব পৰা বা উপভোগ্য কিহবাৰ কাৰণে অধীৰ ভাৱে আগ্ৰহ কৰা

Contributed by: Karishma Boro on 2021-11-10
2. (Abstract Noun) Excessive desire to acquire or possess more (especially more material wealth) than one needs or deserves. ইন্দ্ৰিয়ক সুখ দিয়া বস্তু পাবৰ বাবে হোৱা প্ৰবল ইচ্ছা; প্ৰয়োজনতকৈ অধিক বস্তুৰ বাবে হোৱা ইচ্ছা|

Contributed by: Karishma Boro on 2023-04-01
3. Art and Culture(Abstract Noun) An implicit direction or purpose specially of the mind; natural or habitual inclination or tendency মনৰ এক অন্তৰ্নিহিত নিৰ্দেশ বা উদ্দেশ্য; স্বাভাৱিক বা অভ্যাসগত আকৰ্ষণ বা মনোভাৱ

Contributed by: Karishma Boro on 2023-03-29
4. (Verbal Noun) Uncontrolled or illicit sexual desire or appetite. তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|

Contributed by: Karishma Boro on 2023-05-22
5. (Abstract Noun) sexual instinct or sexual drive. বিপৰীত লিঙ্গৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবৰ বাবে মনত উৎপন্ন হোৱা সহজাত প্ৰবৃত্তি ৷