প্ৰাজ্ঞপ্ৰাঞ্চী

প্ৰাজ্ঞতা (Assamese) [ Roman: pra.gyo.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
1. (Abstract Noun) knowledge acquired by study or academic attainments of a scholar; the profession of a pandit or teacher. অধ্যয়নৰ জৰিয়তে অৰ্জা জ্ঞান অথবা পণ্ডিতৰ বিদ্যায়তনিক অৰ্হতা; শিক্ষক বা পণ্ডিতৰ বৃত্তি৷