বিজ্ঞবিজ্ঞত্ব

বিজ্ঞতা (Assamese) [ Roman: bi.ggo.ta]
Contributed by: Biraj Kumar Kakati on 2007-12-14
1. (Abstract Noun) the ability of sb to carry out certain task by virtue of knowledge and practice নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
2. (Abstract Noun) knowledge acquired by study or academic attainments of a scholar; the profession of a pandit or teacher. অধ্যয়নৰ জৰিয়তে অৰ্জা জ্ঞান অথবা পণ্ডিতৰ বিদ্যায়তনিক অৰ্হতা; শিক্ষক বা পণ্ডিতৰ বৃত্তি৷