প্ৰাণীবধপ্ৰাণীবিজ্ঞানী

প্ৰাণীবিজ্ঞান (Assamese) [ Roman: pra.ni.bi.gyan]
Contributed by: Bikram M Baruah on 2008-03-26
1. (Proper Noun-Neuter) The branch of biology that deals with animals and animal life, including the study of the structure, physiology, development, and classification of animals. দৈহিক গঠন, শাৰীৰিক প্ৰক্ৰিয়াসমূহ, বৃদ্ধি আৰু বিকাশ তথা শ্ৰেণীবিভাগকে ধৰি প্ৰাণী আৰু প্ৰাণীৰ জীৱন সম্পৰ্কে অধ্যয়ন কৰা জীৱবিজ্ঞানৰ ভাগ|