পৰাক্ৰমীপৰাগ নলিকা

পৰাগ (Assamese) [ Roman: po.rag]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
1. Botany(Material Noun-Neuter) The fine powderlike material that is produced by the anthers of seed plants. ফুলৰ পুংস্তৱকৰ পৰা নিৰ্গত কণিকা

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-22
2. Festival(Abstract Noun) A festival of Mising Tribe of Assam. পৰাগ মিচিং জনগোষ্ঠী লোকসকলৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক উৎসৱ, এই উৎসৱ ৫ দিন জুৰি উদযাপন কৰা হয়৷ সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়৷ সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়৷ এই উৎসৱ গাওঁ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়৷ আলি আঃয়ে লৃগাঙৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত-মাত, নৃত্য আদিৰ আয়োজন হয়৷ এই উত্সৱৰ আন এটা নাম হৈছে `নৰসিংহ বিহু`৷