পৰানুগ্ৰহপৰান্নজীৱী
পৰানুগ্ৰহিতা (Assamese) [ Roman: po.ra.nu.gro.hi.ta]
Contributed by: Anjali Sonowal on 2010-10-30
English: dependence,
Assamese: অধীনতা, পৰজীৱিতা, পৰনিৰ্ভৰশীলতা, পৰবশতা, পৰাধীনতা, পৰানুগ্ৰহ, পৰানুগ্ৰহিতা, পৰাশ্ৰয়িতা
পৰানুগ্ৰহিতা (Assamese) [ Roman: po.ra.nu.gro.hi.ta]
Contributed by: Anjali Sonowal on 2010-10-30
1. (Abstract Noun) The state of being dependent, as for help and support.
সহায় আৰু সুবিধাৰ কাৰণে আনৰ তলতীয়া হৈ থকা অৱস্থা ৷