dependabledependency
dependence (English) [ IPA: dɪˈpendəns ASM: ডিপেণ্ডেন্স]
Contributed by: Biraj Kumar Kakati on 2008-03-04
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-04
English: dependence,
Assamese: অধীনতা, পৰজীৱিতা, পৰনিৰ্ভৰশীলতা, পৰবশতা, পৰাধীনতা, পৰানুগ্ৰহ, পৰানুগ্ৰহিতা, পৰাশ্ৰয়িতা
dependence (English) [ IPA: dɪˈpendəns ASM: ডিপেণ্ডেন্স]
Contributed by: Biraj Kumar Kakati on 2008-03-04
1. (Verbal Noun) The state of relying on or being controlled by someone or something else. কোনো বস্তু বা উপায় গ্ৰহণ কৰিবলগীয়া হোৱা|
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-04
2. (Abstract Noun) The state of being dependent, as for help and support.
সহায় আৰু সুবিধাৰ কাৰণে আনৰ তলতীয়া হৈ থকা অৱস্থা ৷