পৰিমাৰ্জিত কৰপৰিমিতাচাৰ

পৰিমিত (Assamese) [ Roman: po.ri.mi.to]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2010-01-18
1. (Proper Adj.) marked by seriousness, gravity, solemnity, etc., as of demeanor, speech, etc. আচাৰ-ব্যৱহাৰ, কথা-বতৰা আদিৰ ক্ষেত্ৰত অত্যন্ত গহীন আৰু আন্তৰিকতাপূৰ্ণ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-02
2. (Conjuction) As far as or approaching a certain part, degree, point, etc. কোনো এক নিৰ্দিষ্ট সীমা বা পৰিমাণলৈ ৷