মিতাচাৰিণীমিতালি
মিতাচাৰী (Assamese) [ Roman: mi.ta.sa.ri]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2010-01-18
English: abstemious, sober,
Assamese: আত্মনিয়ন্ত্ৰিত, গুৰুগম্ভীৰ, পৰিমিত, মিতাচাৰী, সংযমী,
Bodo: गोजोन,
Tiwa: sobawa’
Contributed by: Biraj Kumar Kakati on 2007-03-09
English: moderate, temperate,
Assamese: অনুগ্ৰ ভাৱাপন্ন, অনুগ্ৰপন্থী, নৰমপন্থী, পৰিমিতাচাৰী, মিতাচাৰী,
Khasi: ba adkar,
Garo: dugagija
মিতাচাৰী (Assamese) [ Roman: mi.ta.sa.ri]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2010-01-18
1. (Proper Adj.) marked by seriousness, gravity, solemnity, etc., as of demeanor, speech, etc. আচাৰ-ব্যৱহাৰ, কথা-বতৰা আদিৰ ক্ষেত্ৰত অত্যন্ত গহীন আৰু আন্তৰিকতাপূৰ্ণ।
Assamese: আত্মনিয়ন্ত্ৰিত, গুৰুগম্ভীৰ, পৰিমিত, মিতাচাৰী, সংযমী,
Bodo: गोजोन,
Tiwa: sobawa’
Contributed by: Biraj Kumar Kakati on 2007-03-09
2. (Proper Adj.-Common &/or Masculine) Kept or keeping within reasonable or proper limits; not extreme, excessive, or intense. সীমা চেৰাই নোযোৱা অথবা যুক্তিসন্মত সীমা/গণ্ডীৰ ভিতৰত থকা|
Assamese: অনুগ্ৰ ভাৱাপন্ন, অনুগ্ৰপন্থী, নৰমপন্থী, পৰিমিতাচাৰী, মিতাচাৰী,
Khasi: ba adkar,
Garo: dugagija