বশৱৰ্ত্তিতাবসতি
বশৱৰ্ত্তী (Assamese) [ Roman: bo.xo.bor.ti]
alt: বশৱৰ্তী, fm: বশৱৰ্তিনী
Contributed by: Biraj Kumar Kakati on 2007-07-14
English: docile, obedient, submissive,
Assamese: আজ্ঞাকাৰী, আজ্ঞাধীন, আজ্ঞানুৱৰ্ত্তী, আজ্ঞাপালক, আজ্ঞাপৰ, আজ্ঞাবহ, আজ্ঞাবাহী, বশ, বশম্বদ, বশীভূত, বশ্য, বশৱৰ্ত্তী, বাধ্য, মানন্তা, মানোতা,
Bodo: खोथा लाग्रा, सिबिसुला,
Nagamese: badhyo
বশৱৰ্ত্তী (Assamese) [ Roman: bo.xo.bor.ti]
alt: বশৱৰ্তী, fm: বশৱৰ্তিনী
Contributed by: Biraj Kumar Kakati on 2007-07-14
Ref: হেমকোষ (পুৰণি)
1. (Proper Adj.-Common) Dutifully complying with the commands, orders, or instructions of one in authority কৰ্ত্তৃত্বশীল কোনো লোকৰ নিৰ্দ্দেশ, আদেশ বা তাগিদা নিষ্ঠাৰে পালন কৰাAssamese: আজ্ঞাকাৰী, আজ্ঞাধীন, আজ্ঞানুৱৰ্ত্তী, আজ্ঞাপালক, আজ্ঞাপৰ, আজ্ঞাবহ, আজ্ঞাবাহী, বশ, বশম্বদ, বশীভূত, বশ্য, বশৱৰ্ত্তী, বাধ্য, মানন্তা, মানোতা,
Bodo: खोथा लाग्रा, सिबिसुला,
Nagamese: badhyo