বাখৰেবাগ-গঁতীয়া

বাগ (Assamese) [ Roman: bag]
Contributed by: Himjyoti Talukdar on 2009-05-31
1. (Abstract Noun) the line along which anything lies, faces, moves, etc. কোনো বস্তু যি ৰেখাত অৱস্থিত, অথবা যি ৰেখাৰ ফালে মুখ কৰি আছে বা গতি কৰিছে|

বাগ (Rabha) [ Roman: ba.ag]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-03-30
2. Animal(Common Noun) a mammal of the family Suidae, having short legs, cloven hooves, bristly hair, and a cartilaginous snout used for digging. চুটি ঠেং, ফটা খুৰা, মোটা নোম আৰু মাটি খান্দিবলৈ ব্যৱহাৰ কৰা কোমলাস্থি যুক্ত মুখ থকা চুইদি পৰিয়ালৰ এক স্তন্যপায়ী জন্তু।