বেবেজীয়াবেবেৰিবাং

বেবেৰ (Deori) [ Roman: be.ber]
Contributed by: Himasri Das on 2023-04-04
1. (Material Noun-Neuter) The matter that settles to the bottom of a liquid. জুলীয়া বস্তুৰ তলত পৰা মল বা গোটা পদাৰ্থ |

Contributed by: Himasri Das on 2023-04-04
2. (Material Noun-Neuter) a layer of foul or impure matter that forms on the surface of a liquid. পানীৰ ওপৰলৈ উঠি অহা কোনো অপৰিষ্কাৰ মল ৷