ব্ৰহ্মচাৰিণীব্ৰহ্মচৌধুৰী

ব্ৰহ্মচাৰী (Assamese) [ Roman: broh.mo.sa.ri]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-07-03
1. (Proper Adj.-Common) Unmarried or committed to sexual abstention, esp. for religious reasons. অবিবাহিত আৰু ধৰ্মীয় আনুগত্যৰ খাতিৰত কোনো ধৰণৰ যৌন সম্পৰ্কৰ পৰা বিৰত থকা।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-03
2. Hinduism(Common Noun-Common) one who restrains his/her senses and dedicates life for religious learning ইন্দ্ৰিয় বশ কৰি কেৱল ধৰ্মীয় শিক্ষাত ব্ৰতী লোক, অৰ্থাৎ ব্ৰহ্মচৰ্য্য পালন কৰা লোক