বৰাইলবৰাগী

বৰাক (Assamese) [ Roman: bo.rak]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-13
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Common) one who suffers bad luck যাৰ ভাগ্য বেয়া

Contributed by: Deepro Chakraborty on 2007-08-05
2. (Proper Noun-Neuter) Barak is the river of Cachar. It rises in the Manipur Hills and enter the plains near Lakhipur. Then It flows through Cachar and near Badarpur city it biurcate into the Surma and Kushiyara river. Silchar is situated beside Barak. বৰাক দক্ষিণ-অসমৰ কাছাৰ অঞ্চলৰ এখন নদী| ই পশ্চিমৰ মণিপুৰ-পার্ৱত্য-অঞ্চলৰ পৰা উত্পন্ন হৈ লখিপুৰৰ ওচৰত সমভূমিত আহি পৰিছে| তাৰ পিচত কাছাৰ-অঞ্চলেদি প্রবাহিত হৈ বদৰপুৰ চহৰৰ ওচৰত দুই ধাৰাত বিভক্ত হৈ কৰিমগঞ্জ জিলাত প্রবেশ কৰিছে| দুই ধাৰাৰ নাম সুৰমা আৰু কুশিয়াৰা| শিলচৰ বৰাকৰ পাৰত অৱস্থিত বিখ্যাত চহৰ|
English: Barak,
Assamese: কলংগা, বৰাক,
Dimasa: borak, kolongma