ভূ-কম্প লেখন যন্ত্ৰভূ-গোলাৰ্ধ

ভূ-গাণিতিক (Assamese) [ Roman: bhu-ga.ni.tik]
Contributed by: Bikram M Baruah on 2012-01-29
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. Technology-Engineering(Proper Adj.-Common) pertaining to the applied mathematics that deals with the measurement of the shape and area of large tracts of country, the exact position of geographical points, and the curvature, shape, and dimensions of the earth. প্ৰায়োগিক গণিতৰ সেইটো ভাগ সম্বন্ধীয়, যি এখন দেশৰ একোটা বৃহৎ অঞ্চলৰ আকাৰ আৰু কালি নিৰ্ণয়, ভৌগোলিক স্থানৰ নিৰ্দ্দিষ্ট অৱস্থিতি নিৰ্ণয়, আৰু পৃথিৱীৰ আকাৰ, বিস্তৃতি আদি নিৰ্ণয়ৰ সৈতে জড়িত।