মদপীমদলিয়া
মদমত্ত (Assamese) [ Roman: mo.do.mot.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29
English: proud,
Assamese: অহংকাৰী, অহঙ্কাৰী, অৱগৰ্বী, আত্ম-গৰ্বী, আত্মাভিমানী, গংগাটোপ, গঞ্জনী, গঞ্জাকাৰী, গণ্ডপী, গপাল, গহীয়া, গোনামতা, গয়াল, গৰবী, দম্ভী, দাম্ভিক, দৰ্পিত, দৰ্পী, ভেমাল, মইবৰ, মইমতীয়া, মদগৰ্ব্বী, মদমত্ত, মদান্ধ, মদোন্মত্ত,
Garo: gaora de.a,
Nagamese: futani
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
মদমত্ত (Assamese) [ Roman: mo.do.mot.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29
1. (Proper Adj.-Common &/or Masculine) having an excessively high opinion of oneself. নিজৰ সম্পৰ্কে এক অত্যন্ত উচ্চ অভিমত ৰখা।
Assamese: অহংকাৰী, অহঙ্কাৰী, অৱগৰ্বী, আত্ম-গৰ্বী, আত্মাভিমানী, গংগাটোপ, গঞ্জনী, গঞ্জাকাৰী, গণ্ডপী, গপাল, গহীয়া, গোনামতা, গয়াল, গৰবী, দম্ভী, দাম্ভিক, দৰ্পিত, দৰ্পী, ভেমাল, মইবৰ, মইমতীয়া, মদগৰ্ব্বী, মদমত্ত, মদান্ধ, মদোন্মত্ত,
Garo: gaora de.a,
Nagamese: futani
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Adj.) (male elephant) with increased sexual activity occurring in a period during the autumn (fall). শৰত্ কালৰ একোটা সময়ত বৰ্দ্ধিত যৌনলিপ্সাৰ বাবে উন্মাদনা দেখুওৱা (মতা হাতী)।