গংগাজলগংগাধৰ
গংগাটোপ (Assamese) [ Roman: gong.ga.to\'p]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-11-01
English: arrogant, presumptuous,
Assamese: গংগাটোপ, গঙাটোপ, গঙ্গাটোপ, গপাল, দম্ভী, দাম্ভিক, দুৰ্বিনীত, দেমাকী, দৰ্পী, মদগৰ্বী, সদম্ভ, সদৰ্প,
Bodo: गोगानाय, दुगानाय,
Mising: mordarinoko,
Karbi: Tarpodong,
Dimasa: Sangama
b. Abstract Noun: arrogance, conceit, অহংকাৰ, অহঙ্কাৰ, অহমিকা...
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-17
English: proud,
Assamese: অহংকাৰী, অহঙ্কাৰী, অৱগৰ্বী, আত্ম-গৰ্বী, আত্মাভিমানী, গংগাটোপ, গঞ্জনী, গঞ্জাকাৰী, গণ্ডপী, গপাল, গহীয়া, গোনামতা, গয়াল, গৰবী, দম্ভী, দাম্ভিক, দৰ্পিত, দৰ্পী, ভেমাল, মইবৰ, মইমতীয়া, মদগৰ্ব্বী, মদমত্ত, মদান্ধ, মদোন্মত্ত,
Garo: gaora de.a,
Nagamese: futani
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-03-04
গংগাটোপ (Assamese) [ Roman: gong.ga.to\'p]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-11-01
1. (Proper Adj.-Common) Aggressively assertive or overbearingly confident. অত্যধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মকভাৱে নিজক জাহিৰ কৰা।
Assamese: গংগাটোপ, গঙাটোপ, গঙ্গাটোপ, গপাল, দম্ভী, দাম্ভিক, দুৰ্বিনীত, দেমাকী, দৰ্পী, মদগৰ্বী, সদম্ভ, সদৰ্প,
Bodo: गोगानाय, दुगानाय,
Mising: mordarinoko,
Karbi: Tarpodong,
Dimasa: Sangama
Different POS:
a. Abstract Noun: arrogance, bragging, egocentrism, egoism, egotism...b. Abstract Noun: arrogance, conceit, অহংকাৰ, অহঙ্কাৰ, অহমিকা...
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-17
2. (Proper Adj.-Common &/or Masculine) having an excessively high opinion of oneself. নিজৰ সম্পৰ্কে এক অত্যন্ত উচ্চ অভিমত ৰখা।
Assamese: অহংকাৰী, অহঙ্কাৰী, অৱগৰ্বী, আত্ম-গৰ্বী, আত্মাভিমানী, গংগাটোপ, গঞ্জনী, গঞ্জাকাৰী, গণ্ডপী, গপাল, গহীয়া, গোনামতা, গয়াল, গৰবী, দম্ভী, দাম্ভিক, দৰ্পিত, দৰ্পী, ভেমাল, মইবৰ, মইমতীয়া, মদগৰ্ব্বী, মদমত্ত, মদান্ধ, মদোন্মত্ত,
Garo: gaora de.a,
Nagamese: futani
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-03-04
3. Fish(Common Noun) a freshwater fish of the Tetraodon genus that blows itself into a larger size when threatened টেট্ৰাডন প্ৰজাতিৰ এটা মিঠা পানীৰ মাছ যিয়ে বিপদত পৰিলে নিজৰ গাটো ফুলাই দি শত্ৰুক বিচলিত কৰিব বিচাৰে