মলমাসমলা

মলমাহ (Assamese) [ Roman: mo.lo.mah]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-07-29
1. (Common Noun-Neuter) an intercalary month, in which two new moon day occur (believed to be inauspicious according to Hindu belief). একে মাহতে দুটা অমাৱস্যা তিথি পৰা মাহ, সৌৰ আৰু চান্দ্ৰমাহৰ গণনা পদ্ধতিৰ সমিলমিল কৰাৰ কাৰণে প্ৰতি তিনি বছৰৰ মূৰত এটা দিন বঢ়াই লোৱা মাহ (হিন্দু বিশ্বাস মতে এই মাহ অমঙ্গলীয়া বুলি ভবা হয় আৰ কোনো মাঙ্গলিক কাৰ্য্য কৰা নহয়৷)