মলমাহমলা ধঁপাত
মলা (Assamese) [ Roman: mo.la]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-29
মলা (Hajong)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-27
মলা (Assamese) [ Roman: mo.la]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-29
1. Handicraft(Material Noun-Neuter) a hollow pot with a rounded base usually made of clay, a bowl, an open container, usually round in shape and wider than it's depth মাটিৰে নিৰ্মিত এবিধ অৰ্ধগোলাকাৰ পাত্ৰ, সাধাৰণতে দৈ তৈয়াৰ কৰিবলৈ অথবা খাদ্যবস্তু ৰান্ধিবলৈ ব্যৱহাৰ কৰা হয় ৷
মলা (Hajong)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-27
2. (Pronoun-Common) refers things items owned by oneself নিজৰ স্বত্তাধিকাৰ থকা সমাগ্ৰী বুজোৱা বিশেষণ