মহাপ্ৰভুমহাপ্ৰসাদ

মহাপ্ৰলয় (Assamese) [ Roman: mo.ha.pro.loy]
Contributed by: ৰূপকমল on 2007-03-20
1. (Abstract Noun) A situation or condition of wide physical damage and destructions (may be caused by man, nature or animal or such other factors) প্ৰাকৃতিক কাৰণত হোৱা বা মানুহ বা জন্তুৱে বিশদভাৱে কৰা ঘৰ-দুৱাৰ,ৰাষ্টা-ঘাট-দলং, খেতি-বাতি আদিৰ হানি

Contributed by: Partha P Sarmah on 2007-03-20
2. (Abstract Noun) the Judgement Day-the last day or the end of the world when, according to Christian belief, everyone will be judged by God খ্ৰীষ্ট ধৰ্মীয় বিশ্বাস অনুসৰি সৃষ্টিৰ শেষ দিন। সেইদিনাই এক মহাপ্ৰলয়ে পৃথিৱী ধ্বংস কৰিব আৰু ভগৱানে সেইপৰ্য্যন্ত পৃথিৱীলৈ অহা সকলো আত্মাৰে বিচাৰ কৰিব