মুখ-চোকামুখ-বলী

মুখ-পাত (Assamese) [ Roman: mukh-pat]
Contributed by: Biraj Kumar Kakati on 2009-03-22
1. (Abstract Noun) Introductory part, esp. of a disclosure or treatise কোনো লেখাৰ পৰিচয়াত্মক অংশ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) introductory remarks at the beginning of a book or writing. কিতাপ বা লেখাৰ আৰম্ভণিতে কৰা পৰিচয়সূচক মন্তব্য।