মুড্ৰুমুণ্ডক

মুণ্ড (Assamese) [ Roman: mun.do]
Contributed by: Bikram M Baruah on 2007-04-29
1. Anatomy(Material Noun-Neuter) The uppermost or forwardmost part of the body of a vertebrate, containing the brain and the eyes, ears, nose, mouth, and jaws. মগজু, আৰু চকু, কাণ, নাক, মুখ আৰু হনু ধাৰণ কৰা মেৰুদণ্ডী প্ৰাণীৰ দেহৰ আটাইতকৈ ওপৰৰ অথবা সমুখৰ অংশ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-10
2. (Material Noun-Neuter) the obverse of a coin, as bearing a head or other principal figure (opposed to tail) মুদ্ৰা এটাৰ এপিঠি, যিফালে এটা মূৰ বা আন মুখ্য ছবি থাকে (পুচ্ছৰ ওলোটা পিঠি)
English: head,
Assamese: মুণ্ড