মোনমোনাটো

মোনা (Assamese) [ Roman: mo'.na]
co.adj: চফা~, ডাঙৰ~, বেয়া~, ভাল~, লেতেৰা~, সৰু~, plc: -বিলাক, -বোৰ, -সমূহ, dfc: -খন, -খিনি, -টো
Contributed by: Rituraj Saikia on 2006-08-29
1. (Material Noun-Neuter) a flexible container with a single opening. এফালে মুখ থকা, বস্তু ভৰাই লৈ যাব পৰা এবিধ যতন (সাধাৰণতে ডাঠ কাপোৰেৰে তৈয়াৰী)