বেক্টেৰীয়াবিদবেগ দে

বেগ (Assamese) [ Roman: beg]
co.adj: ডাঙৰ~, সৰু~, plc: -বোৰ, dfc: -টো
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. (Abstract Noun) swiftness of motion গতিৰ ক্ষিপ্ৰতা বা খৰ অৱস্থা

Contributed by: Mousumi Konwar on 2023-03-14
2. (Material Noun-Neuter) a flexible container with a single opening. এফালে মুখ থকা, বস্তু ভৰাই লৈ যাব পৰা এবিধ যতন (সাধাৰণতে ডাঠ কাপোৰেৰে তৈয়াৰী)

Contributed by: Bikram M Baruah on 2006-07-08
3. Physics(Abstract Noun) A vector quantity whose magnitude is a body's speed and whose direction is the body's direction of motion. যিকোনো এটা গৈ থকা বস্তুৱে কিমান জোৰে গতি কৰিছে তাৰ পৰিমাণ বুজোৱা এটা ধ্ৰুৱক, যাৰ দিশ বস্তুটোৱে গতি কৰা দিশৰ সৈতে একে

বেগ (Deori) [ Roman: beg]
Contributed by: Himasri Das on 2023-04-02
4. (Proper Adj.) sth done or carried out in short time or immediately; acting, moving in high speed. কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।