সভায়োসভ্য কৰ

সভ্য (Assamese) [ Roman: xo.bhyo]
1. (Common Noun-Common) a person, animal, plant, group, etc., that is part of a society, party, community, taxon, or other body সমাজ, দল, সম্প্ৰদায়, বৰ্গ বা তেনে কোনো সমষ্টিৰ অংশবিশেষ এক ব্যক্তি, জন্তু, উদ্ভিদ ইত্যাদি

2. (Proper Adj.) (a person) refined in manners, well-bred and polite. ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।