সমন্ধীয়সমন্বিতে

সমন্বিত (Assamese) [ Roman: xo.mon.nit]
Contributed by: Anjali Sonowal on 2009-12-04
1. (Verbal Adj.) Having a link between two or more systems, persons, objects, events etc. দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-22
2. (Verbal Adj.) combined in harmonious relation or action সৌহাদ্যপূৰ্ণ সম্পৰ্ক বা কাৰ্য্যৰ দ্বাৰা সংযুক্ত
English: coordinated,
Assamese: সমন্বিত