সমাধা কৰ্সমাধান কৰ্

সমাধান (Assamese) [ Roman: xo.ma.dhan]
Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-08
1. (Abstract Noun) a statement that solves a problem or explains how to solve the problem; a solution, accommodation, or settling of a problem, controversy. কোনো সমস্যাৰ অন্ত পেলোৱা বা কেনেকৈ অন্ত পেলাব পাৰি তাৰ ব্যাখ্যা কৰা এটা বক্তব্য।