সমিতিসমূহসমিপবর্তী

সমিধান (Assamese) [ Roman: xo.mi.dhan]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-25
1. (Abstract Noun) a statement (either spoken or written) that is made to address a question or request or criticism or accusation এটা প্ৰশ্ন, অনুৰোধ, সমালোচনা বা দোষাৰোপৰ বিপৰীতে স্পষ্টীকৰণৰূপে আগবঢ়োৱা বক্তব্য (কথিত বা লিখিত ৰূপত)

Contributed by: Bikram M Baruah on 2010-02-01
2. (Abstract Noun) a statement that solves a problem or explains how to solve the problem; a solution, accommodation, or settling of a problem, controversy. কোনো সমস্যাৰ অন্ত পেলোৱা বা কেনেকৈ অন্ত পেলাব পাৰি তাৰ ব্যাখ্যা কৰা এটা বক্তব্য।