সলসলীয়াসলা-পৰামৰ্শ

সলা (Assamese) [ Roman: xo.la]
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-02-27
1. (Verb-Trans.) To make the form, nature, content, future course, etc., of something different from what it is or from what it would be if left alone. বৰ্ত্তমানে থকা অৱস্থা বা ভৱিষ্যতে অকলশৰীয়াকৈ ৰাখিলে থাকিব লগীয়া অৱস্থাতকৈ কোনো বস্তুৰ ৰূপ, স্বভাৱ, গাঁথনি আদি বেলেগ কৰ্

Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-02-27
2. (Verb-Trans.) to change one item with another এটা বস্তুৰ সলনি আন এটা ল

Contributed by: Aklantika Saikia on 2011-08-13
3. (Verb-Trans.) To change from one form or use to another এটা ৰূপ বা ব্যৱহাৰৰ পৰা আনটোলৈ সলনি কৰ্