সামগ্ৰিকভাৱেসামগ্ৰীবোৰ

সামগ্ৰী (Assamese) [ Roman: xa.mo.gri]
Contributed by: Prasenjit Khanikar on 2006-03-28
1. (Material Noun-Neuter) 1. the substance or substances of which a thing is made or composed. 2. anything that serves as crude or raw matter to be used or developed. ১৷ কোনো বস্তু গঠিত কৰা উপাদানসমূহ। ২৷ ব্যৱহাৰ অথবা বিকাশ উপযোগী কেঁচামাল হিচাপে গণ্য কৰিব পৰা যিকোনো বস্তু।