matematerialise

material (English) [ IPA: məˈtɪriːəl ASM: মেটেৰিয়েল]
1. (Material Noun-Neuter) 1. the substance or substances of which a thing is made or composed. 2. anything that serves as crude or raw matter to be used or developed. ১৷ কোনো বস্তু গঠিত কৰা উপাদানসমূহ। ২৷ ব্যৱহাৰ অথবা বিকাশ উপযোগী কেঁচামাল হিচাপে গণ্য কৰিব পৰা যিকোনো বস্তু।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-20
2. (Proper Adj.-Neuter) formed or consisting of matter; e.g. the material world. দৈহিক অস্তিত্ব থকা বস্তুৰ পৰা হোৱা; পঞ্চভূতৰ পৰা হোৱা৷