সোঁৱৰণিসোঁৱৰা

সোঁৱৰণী (Assamese) [ Roman: xo`~.wo.ro.ni]
alt: সোঁৱৰণি
Contributed by: ৰূপকমল on 2007-03-30
1. (Material Noun-Neuter) [a] a diagram of the heavens, showing the relative position of planets and the signs of the zodiac, for use in calculating births, foretelling events. [b] a prediction of future based on such diagrams (ক) বিভিন্ন গ্ৰহ আৰু ৰাশিৰ অৱস্থান নিৰ্দ্দেশ কৰি অঁকা সৰগৰ ছবি, যাৰ সহায়ত ভৱিষ্যতৰ আগজাননী দিব পাৰি ৷ (খ) তেনে ছবিৰ সহায়ত কৰা সম্ভাৱ্য ভৱিষ্যতৰ পূৰ্বানুমান ৷

Contributed by: Biraj Kumar Kakati on 2009-07-24
2. (Abstract Noun) a person or thing that serves to remind. মনত পেলাই দিয়া কোনো ব্যক্তি বা বস্তু৷