ৰাজনৈতিক বন্দীৰাজনয়

ৰাজন্য (Assamese) [ Roman: ra.jon.yo]
Contributed by: Mousumi Konwar on 2023-04-10
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
1. (Common Noun) according to the old Varnasrama classification of Hindu society,a man of the second or military class of the society. হিন্দুৰ বৰ্ণশ্ৰম ধৰ্ম অনুসৰি কৰা প্ৰাচীন সামাজিক শ্ৰেনী বিভাগ মতে ৰাজ্য শাসন,দেশ ৰক্ষা আদিৰ দায়িত্বত থকা লোক ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-12
2. (Proper Adj.) a person belonging to the family of the king ৰাজবংশীয় লোক