ৰাজপ্ৰাসাদৰাজবংশী

ৰাজবংশ (Assamese) [ Roman: raj.bong.xo]
1. (Abstract Noun) a group of persons related by common descent or heredity উমৈহতীয়া ওপৰিপুৰুষ থকা একগোট মানুহ বা অন্য জীৱ৷

Contributed by: Rupankar Mahanta on 2006-03-17
2. (Abstract Noun) Line of hereditary rulers পুৰুষানুক্ৰমিক শাসনকৰ্ত্তাৰ অনুক্ৰম

Contributed by: Biraj Kumar Kakati on 2006-03-17
3. (Common Noun-Common) The immediate descendants of a person. যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী