ৰৈ-বৈ যোৱাৰৈ-ৰমালি
ৰৈ-ৰমলী (Assamese) [ Roman: roi-.ro.mo.li]
Contributed by: Bikram M Baruah on 2008-08-09
English: hue and cry, uproar,
Assamese: অনুৰোল, আৰাও, উৰ্মিলি, ঊৰুমি, ঊৰ্মিৰোল, কোলাহল, কোঢ়াল, কোৰ্হাল, চিঞৰ-বাখৰ, তাল-ফাল, ধুপাচালনি, ধুপাচালি, বেমাজাক্ৰি, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল, হৈ-চৈ, হৈ-হাল্লা, ৰৈ-ৰমলী,
Bodo: दावराव-दावसि,
Dimasa: jrik-khaolaibah
ৰৈ-ৰমলী (Assamese) [ Roman: roi-.ro.mo.li]
Contributed by: Bikram M Baruah on 2008-08-09
1. (Abstract Noun) a lot of noise, like when a number of people speak loadly simuultenously. বহুলোকে একে লগে উচ্চ স্বৰে কথা কওঁতে হোৱা ধৰণৰ শব্দ