থঙা (Assamese) [ Roman: tho.nga]
    Contributed by: Atul Ch. Kakoti on 2009-06-18
    1. (Material Noun-Neuter) large piece of woven material used as a covering for warmth, especially on a bed. দেহৰ উষ্মতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ডাঠ কাপোৰৰ আৱৰণ৷
    Contributed by: Yugasmita Medhi on 2022-10-17
    2. (Material Noun-Neuter) a plastic polymer of ethylene used especially in packaging and insulation and that can be moulded when hot. এবিধ প্লাষ্টিকসদৃশ পদাৰ্থ, যাক ইথিলিনৰ বহুযোজনৰ দ্বাৰা তৈয়াৰ কৰা হয় ৷ ই তাপ পালে গলি যায় ৷