lep (Garo)
    Contributed by: Mousumi Konwar on 2023-08-17
    1. (Material Noun-Neuter) a bedding item made with two layers of cloth filled with stuffing দুতৰপ কাপোৰৰ মাজত কপাহ ভৰাই তৈয়াৰ কৰা শোঁওতে গাত লোৱা জাৰ-কাপোৰ

    http://www.zjdongbang.net/1/product/50003232/50062493/Comforter.html

    lep (Nagamese)
    Contributed by: Mousumi Konwar on 2023-06-30
    2. (Material Noun-Neuter) large piece of woven material used as a covering for warmth, especially on a bed. দেহৰ উষ্মতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ডাঠ কাপোৰৰ আৱৰণ৷

    lep (Dimasa)
    Contributed by: Kulendra Daulagupu on 2009-09-12
    3. (Verb-Trans.) to cover somebody, something with a sticky substance. কাৰোবাক বা কিহবাৰ ওপৰত থুপথুপীয়া, আলতীয়া বস্তু সনা৷ শৰীৰৰ চালত ক্ৰীম বা বেৰত চিমেন্ট, চোতালত গোবৰ মিহলোৱা আলতীয়া মাটি আদি সনা ৷ যেনে: মৰণা মাৰিবলৈ আজি চোতালখন লেপিব/ লিপিব লাগিব৷ বেৰখনত লেপ দিব পাৰিবিনে? মজিয়াখন লেপ/ লিপচোন৷
    English:
    Mising:
    Khasi:
    Dimasa:
    Contributed by: Kulendra Daulagupu on 2009-08-20
    4. (Material Noun-Neuter) a bedding item made with two layers of cloth filled with stuffing দুতৰপ কাপোৰৰ মাজত কপাহ ভৰাই তৈয়াৰ কৰা শোঁওতে গাত লোৱা জাৰ-কাপোৰ

    http://www.zjdongbang.net/1/product/50003232/50062493/Comforter.html