লেপ (Assamese) [ Roman: lep]
    Contributed by: Partha P Sarmah on 2006-09-05
    1. (Verb-Trans.) to cover somebody, something with a sticky substance. কাৰোবাক বা কিহবাৰ ওপৰত থুপথুপীয়া, আলতীয়া বস্তু সনা৷ শৰীৰৰ চালত ক্ৰীম বা বেৰত চিমেন্ট, চোতালত গোবৰ মিহলোৱা আলতীয়া মাটি আদি সনা ৷ যেনে: মৰণা মাৰিবলৈ আজি চোতালখন লেপিব/ লিপিব লাগিব৷ বেৰখনত লেপ দিব পাৰিবিনে? মজিয়াখন লেপ/ লিপচোন৷
    English:
    Mising:
    Khasi:
    Dimasa:
    Contributed by: Rituraj Saikia on 2006-09-05
    2. (Material Noun-Neuter) a bedding item made with two layers of cloth filled with stuffing দুতৰপ কাপোৰৰ মাজত কপাহ ভৰাই তৈয়াৰ কৰা শোঁওতে গাত লোৱা জাৰ-কাপোৰ

    http://www.zjdongbang.net/1/product/50003232/50062493/Comforter.html

    লেপ (Bangla) [ Roman: lep]
    Contributed by: Satabdi Dutta on 2022-10-13
    3. (Material Noun-Neuter) large piece of woven material used as a covering for warmth, especially on a bed. দেহৰ উষ্মতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ডাঠ কাপোৰৰ আৱৰণ৷