দাৰু (Assamese) [ Roman: da.ru]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-01
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Material Noun-Neuter) Intoxicating liquor containing a colorless volatile flammable liquid - C2H5OH এলকহল নামৰ এক বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্যযুক্ত ৰাগীয়াল পানীয়
    Contributed by: Biraj Kumar Kakati on 2008-04-25
    2. (Material Noun-Neuter) a substance used to cure diseases ৰোগ নিৰাময় কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰৱ্য
    Contributed by: Himjyoti Talukdar on 2009-05-30
    3. (Material Noun-Neuter) the hard fibrous lignified substance under the bark of trees গছৰ ছালৰ তলত থকা কঠিন আঁহযুক্ত বস্তু