প্ৰহাৰ কৰ্ (Assamese) [ Roman: pro.har kor]
1. (Verb-Trans.) To apply sudden force with a intention of causing harm. কাৰোবাক আঘাত কৰাৰ উদ্দেশ্যে হঠাতে বল প্ৰয়োগ কৰা।
Contributed by: Rupankar Mahanta on 2006-07-07
2. (Verb-Trans.) Strike persistently and violently হাত বা কোনো অস্ত্ৰেৰে কাৰোবাক আঘাত কৰ্ ৷
Bodo:
Mising:
Garo:
Nagamese:
Tiwa:
TAI-Khamti: