phuu (Meeteilon) [ IPA: pʰu:]
    Contributed by: Priti Mitra on 2024-11-13
    1. (Verb-Trans.) To apply sudden force with a intention of causing harm. কাৰোবাক আঘাত কৰাৰ উদ্দেশ্যে হঠাতে বল প্ৰয়োগ কৰা।

    phu-u (Karbi)
    Contributed by: Sarthe Teron Milik (ছাৰ্থে টেৰন মিলিক) on 2014-05-17
    2. Fruits(Common Noun) any of several tropical and subtropical treelike herbs of the genus Musa having a terminal crown of large entire leaves and usually bearing hanging clusters of elongated fruits মুছা প্ৰজাতিৰ অন্তৰ্গত গা-গছৰ একেবাৰে প্ৰান্তত ডাঙৰ আকাৰৰ পাত থকা আৰু দীঘলীয়া ফলৰ থোক ধৰা, উষ্ণ-মণ্ডলীয় এবিধ উদ্ভিদ