বিৰাট (Assamese) [ Roman: bi.rat]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
    1. (Proper Adj.) Of a size many times bigger than the average সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
    Contributed by: Susanta Borgohain on 2011-08-28
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    2. Place(Proper Noun-Common) An ancient kingdom of India. ভাৰতবৰ্ষৰ এক প্ৰাচীন জনপদ্, মৎস্যদেশ, পঞ্চপাণ্ডৱে অজ্ঞাতবাসৰ সময় ইয়াতেই পাৰ কৰিছিল৷
    English: